৪ ছেপ্টেম্বৰ
মানিকচন্দ্ৰ বৰুৱাৰ ওপজা দিন (১৮৫১ চন)
আসাম এছ’চিয়েচনৰ অন্যতম প্ৰতিষ্ঠাতা মানিকচন্দ্ৰ বৰুৱা অসম ব্যৱস্থাপক সভাৰ সদস্য আছিল৷ আসাম এছ’চিয়েচনৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯০৩ চন), সাদিনীয়া কাকত ‘আছাম নিউজ’ৰ প্ৰকাশক (১৮৮২ চন, কাকতখনৰ সম্পাদক আছিল ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা), ১৮৮৪ চনত চৰকাৰে পতা অনাৰেৰী মেজিষ্ট্ৰেট মানিকচন্দ্ৰ বৰুৱাৰ অসমৰ সমাজ জীৱনলৈ বৰঙণি অসামান্য৷ অসমত শিক্ষাৰ প্ৰসাৰ, ৰেল লাইন বহুওৱা আদি সকলো ক্ষেত্ৰতে তেখেতে আগভাগ লৈছিল৷
প্ৰাতঃস্মৰণীয়...
(এই ব্লগৰ তথ্য বা ছবি ব্যৱহাৰ কৰিব পাৰিব, কিন্তু অনুগ্ৰহ কৰি সৌজন্য স্বীকাৰ কৰিবলৈ আৰু সম্ভৱস্থলত আমাক অৱগত কৰিবলৈ অনুৰোধ জনালো one may use data or photographs from this blog, BUT with due courtesy and please do not forget to inform me- Diganta Oza)
Thursday, August 25, 2011
অসমীয়া সাহিত্য- সংস্কৃতিত আজিৰ দিনটো : ২ ছেপ্টেম্বৰ
২ ছেপ্টেম্বৰ
যোগেন্দ্ৰনাথ বৰুৱাৰ মৃত্যু দিন (১৯৯৩ চন)
অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন সভাপতি, দৈনিক আৰু সাপ্তাহিক জনমভূমি কাকতৰ প্ৰাক্তন সম্পাদক, যোৰহাট আঞ্চলিক গৱেষণাগাৰৰ প্ৰাক্তন সঞ্চালক যোগেন্দ্ৰনাথ বৰুৱাৰ জন্ম হৈছিল ১৯৩১ চনত৷ জৈৱ ৰসায়ন বিজ্ঞানী৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি লৈ আমেৰিকাৰ টেক্সাছ ইউনিভাৰ্ছিটিৰ পৰা ১৯৫৯ চনত ডক্টৰেট ডিগ্ৰী লাভ৷ দেশ- বিদেশৰ বিভিন্ন জাৰ্নালত অনেক গৱেষণা পত্ৰ প্ৰকাশ পাইছিল৷
যোগেন্দ্ৰনাথ বৰুৱাৰ মৃত্যু দিন (১৯৯৩ চন)
অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন সভাপতি, দৈনিক আৰু সাপ্তাহিক জনমভূমি কাকতৰ প্ৰাক্তন সম্পাদক, যোৰহাট আঞ্চলিক গৱেষণাগাৰৰ প্ৰাক্তন সঞ্চালক যোগেন্দ্ৰনাথ বৰুৱাৰ জন্ম হৈছিল ১৯৩১ চনত৷ জৈৱ ৰসায়ন বিজ্ঞানী৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি লৈ আমেৰিকাৰ টেক্সাছ ইউনিভাৰ্ছিটিৰ পৰা ১৯৫৯ চনত ডক্টৰেট ডিগ্ৰী লাভ৷ দেশ- বিদেশৰ বিভিন্ন জাৰ্নালত অনেক গৱেষণা পত্ৰ প্ৰকাশ পাইছিল৷
অসমীয়া সাহিত্য- সংস্কৃতিত আজিৰ দিনটো : ৩১ আগষ্ট
৩১ আগষ্ট
বুৰঞ্জীবিদ সদানন্দ চলিহাৰ মৃত্যুদিন৷ (১৯৯৩ চন)
ৰসায়ন বিজ্ঞানী হৰিশ চন্দ্ৰ গোস্বামীৰ মৃত্যুদিন৷ (১৯৯২ চন)
সমাজকৰ্মী, সাংবাদিক হৰেন্দ্ৰনাথ বৰুৱাৰ মৃত্যুদিন৷ (১৯৮৭ চন)
১৯২২ চনৰ ২৩ ডিচেম্বৰত গোলাঘাটত জন্মগ্ৰহণ কৰা সদানন্দ চলিহা ইতিহাসবিদৰূপে সমাদৃত৷ কেবাখনো বুৰঞ্জীৰ কিতাপৰ লিখক, জৱহৰলাল নেহৰুৰ ‘বিশ্ব ইতিহাসৰ জিলিঙণি’ৰ অনুবাদক৷ দৰং কলেজৰ ইতিহাস বিভাগৰ অধাপক ৰূপে যোগ দিয়াৰ পূৰ্বে কিছুকাল সাংবাদিকতা কৰিছিল৷ দৰং কলেজৰ পৰাই ১৯৬০ৰ দশকত ন-কৈ প্ৰতিষ্ঠিত বিশ্বনাথ কলেজত অধ্যক্ষৰূপে যোগদান কৰি ১৯৮৬ চনত অৱসৰ লয়৷
গোলাঘাটত ১৯০৯ চনত জন্ম লোৱা হৰেন্দ্ৰনাথ বৰুৱাই কটন কলেজৰ পৰা বি.এ আৰু আৰ্ল ল কলেজৰ পৰা বি. এল খিতাপ লৈ ওকালতি কৰিছিল৷ স্বাধীলতা আন্দোলনত অংশ লৈ কাৰাবাস খাটিছিল৷ প্ৰথমে কংগ্ৰেছ, পিছলৈ কিষাণ মজদুৰ পাৰ্টিত যোগ দি এসময়ত সক্ৰিয় ৰাজনীতি এৰি সাংবাদিকতাত জড়িত হয়৷ ১৯৫৪ চনৰ পৰা ১৮ বছৰ কাল ‘নতুন অসমীয়া’ৰ সম্পাদক আছিল৷
বুৰঞ্জীবিদ সদানন্দ চলিহাৰ মৃত্যুদিন৷ (১৯৯৩ চন)
ৰসায়ন বিজ্ঞানী হৰিশ চন্দ্ৰ গোস্বামীৰ মৃত্যুদিন৷ (১৯৯২ চন)
সমাজকৰ্মী, সাংবাদিক হৰেন্দ্ৰনাথ বৰুৱাৰ মৃত্যুদিন৷ (১৯৮৭ চন)
১৯২২ চনৰ ২৩ ডিচেম্বৰত গোলাঘাটত জন্মগ্ৰহণ কৰা সদানন্দ চলিহা ইতিহাসবিদৰূপে সমাদৃত৷ কেবাখনো বুৰঞ্জীৰ কিতাপৰ লিখক, জৱহৰলাল নেহৰুৰ ‘বিশ্ব ইতিহাসৰ জিলিঙণি’ৰ অনুবাদক৷ দৰং কলেজৰ ইতিহাস বিভাগৰ অধাপক ৰূপে যোগ দিয়াৰ পূৰ্বে কিছুকাল সাংবাদিকতা কৰিছিল৷ দৰং কলেজৰ পৰাই ১৯৬০ৰ দশকত ন-কৈ প্ৰতিষ্ঠিত বিশ্বনাথ কলেজত অধ্যক্ষৰূপে যোগদান কৰি ১৯৮৬ চনত অৱসৰ লয়৷
গোলাঘাটত ১৯০৯ চনত জন্ম লোৱা হৰেন্দ্ৰনাথ বৰুৱাই কটন কলেজৰ পৰা বি.এ আৰু আৰ্ল ল কলেজৰ পৰা বি. এল খিতাপ লৈ ওকালতি কৰিছিল৷ স্বাধীলতা আন্দোলনত অংশ লৈ কাৰাবাস খাটিছিল৷ প্ৰথমে কংগ্ৰেছ, পিছলৈ কিষাণ মজদুৰ পাৰ্টিত যোগ দি এসময়ত সক্ৰিয় ৰাজনীতি এৰি সাংবাদিকতাত জড়িত হয়৷ ১৯৫৪ চনৰ পৰা ১৮ বছৰ কাল ‘নতুন অসমীয়া’ৰ সম্পাদক আছিল৷
অসমীয়া সাহিত্য- সংস্কৃতিত আজিৰ দিনটো : ৩০ আগষ্ট
৩০ আগষ্ট
মফিজুদ্দিন আহমদ হাজৰিকাৰ ওপজা দিন
হিতেশ ডেকাৰ মৃত্যুদিন (২০০০ চন)
ফৰেষ্টাৰ, পেস্কাৰ আদি বিভিন্ন চাকৰি কৰা মফিজুদ্দিন আহমদ হাজৰিকা মূলতঃ কবিৰূপেই সমাদৃত৷ ১৮৯৬ চনত প্ৰকাশিত ‘জ্ঞানমালিনী’য়ে তেখেতক বিশেষভাৱে প্ৰতিষ্ঠা কৰে৷ ১৯২৯ চনত অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনত সভাপতিত্ব কৰা হাজৰিকাই ১৯০৪ চনৰ পৰা ১৯৩৪ চনলৈ ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদকৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল৷
বিখ্যাত বাঘ হাজৰিকাৰ বংশত ১৮৭০ চনত জন্মগ্ৰহণ কৰা মফিজুদ্দিন আহমদ হাজৰিকাৰ মৃত্যু হয় ১৯৫৮ চনৰ ২৯ অক্টোবৰত৷
অসম সাহিত্য সভাৰ সৰ্থেবাৰী অধিবেশনৰ সভাপতি (১৯৯৫ চন) হিতেশ ডেকা একালৰ জনপ্ৰিয় ঔপন্যাসিক৷ উল্লেখনীয় উপন্যাসসমূহৰ মাজত আছেঃ
১৯২৪ চনৰ ১৮ ফেব্ৰুৱাৰীত সৰ্থেবাৰীত জন্ম৷ হাইস্কুলত পঢ়ি থাকোতে স্বাধীনতা সংগ্ৰামত জড়িত হোৱাত পঢ়া আধৰুৱা হয়, পিছত নলবাৰী কলেজৰ পৰা ডিগ্ৰী লৈ বিভিন্ন ঠাইত শিক্ষকতা কৰি ১৯৮৫ চনত জালুকবাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰূপে অৱসৰ লয়৷
মফিজুদ্দিন আহমদ হাজৰিকাৰ ওপজা দিন
হিতেশ ডেকাৰ মৃত্যুদিন (২০০০ চন)
ফৰেষ্টাৰ, পেস্কাৰ আদি বিভিন্ন চাকৰি কৰা মফিজুদ্দিন আহমদ হাজৰিকা মূলতঃ কবিৰূপেই সমাদৃত৷ ১৮৯৬ চনত প্ৰকাশিত ‘জ্ঞানমালিনী’য়ে তেখেতক বিশেষভাৱে প্ৰতিষ্ঠা কৰে৷ ১৯২৯ চনত অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনত সভাপতিত্ব কৰা হাজৰিকাই ১৯০৪ চনৰ পৰা ১৯৩৪ চনলৈ ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদকৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল৷
বিখ্যাত বাঘ হাজৰিকাৰ বংশত ১৮৭০ চনত জন্মগ্ৰহণ কৰা মফিজুদ্দিন আহমদ হাজৰিকাৰ মৃত্যু হয় ১৯৫৮ চনৰ ২৯ অক্টোবৰত৷
অসম সাহিত্য সভাৰ সৰ্থেবাৰী অধিবেশনৰ সভাপতি (১৯৯৫ চন) হিতেশ ডেকা একালৰ জনপ্ৰিয় ঔপন্যাসিক৷ উল্লেখনীয় উপন্যাসসমূহৰ মাজত আছেঃ
- আজিৰ মানুহ (১৯৫২ চন)
- মাটি কাৰ ()
- ভাৰাঘৰ ()
- এয়েতো জীৱন (ত্ৰিলজি)
- আচল মানুহ (১৯৬৪)
- বৈৰী মানুহ ()
- কাম পত্নী ()
- গাৱঁৰ মানুহ ()
১৯২৪ চনৰ ১৮ ফেব্ৰুৱাৰীত সৰ্থেবাৰীত জন্ম৷ হাইস্কুলত পঢ়ি থাকোতে স্বাধীনতা সংগ্ৰামত জড়িত হোৱাত পঢ়া আধৰুৱা হয়, পিছত নলবাৰী কলেজৰ পৰা ডিগ্ৰী লৈ বিভিন্ন ঠাইত শিক্ষকতা কৰি ১৯৮৫ চনত জালুকবাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰূপে অৱসৰ লয়৷
অসমীয়া সাহিত্য- সংস্কৃতিত আজিৰ দিনটো : ২৪ আগষ্ট
২৪ আগষ্ট
আনন্দৰাম ঢেকিয়াল ফুকনৰ ওপজা দিন
উনবিংশ শতিকাত ব্ৰিটিছ শাসনৰ কালত যেতিয়া অসমত চৰকাৰী ভাষা হিচাপে বঙলা ভাষাৰ প্ৰৱৰ্তন হৈছিল, তেতিয়া অসমীয়া ভাষা প্ৰচলনৰ হকে মাত মাতোতা অন্যতম লোক আছিল আনন্দৰাম ঢেকিয়াল ফুকন৷ অসমীয়া যে পৃথক ভাষা সেই কথা প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল ঢেকিয়াল ফুকনে-- A Native ছদ্মনামেৰে A Few Remarks on the Assamese Language নামেৰে এখন কিতাপ লিখি চৰকাৰৰ ওচৰত অৰ্পন কৰিছিল৷ A J Moffat Mills অসমলৈ আহোঁতে তেখেতে মিলছক এখন স্মাৰক পত্ৰও অৰ্পন কৰিছিল৷
হলিৰাম ঢেকিয়াল ফুকনৰ পুত্ৰ আনন্দৰামৰ জন্ম ১৮১৯ চনৰ ২৪ আগষ্টত৷ সংস্কৃত, বঙলা, ফাৰ্ছী, ইংৰাজী আৰু উৰ্দু ভষা জানিছিল৷ আইনৰ শিক্ষা লৈ বিভিন্ন পদত চাকৰি কৰি পিছত ১৮৫০ চন মানত সহকাৰী আয়ুক্ত হৈছিল৷সেই সময়ত তেখেত আছিল সৰ্বাধিক দৰমহা পোৱা অসমীয়া লোক৷ ১৯৫২ চনত কলিকটাত কলিকতা নিউ প্ৰেছ নামেৰে এটা প্ৰেছ খুলিছিল৷
অসমীয়া লৰাৰ মিত্ৰ আৰু বঙলা ভাষাত ‘আইন ও ব্যৱস্থা সংগ্ৰহ’ নামৰ কিতাপ দুখনৰ উপৰি ‘অৰুণোদই’ত ভালেমান প্ৰৱন্ধ লিখিছিল৷ কিন্তু ১৮৫৯ চনৰ ১৬ জুনত তেখেতৰ মৃত্যু হয়৷
Friday, July 29, 2011
অসমীয়া সাহিত্য- সংস্কৃতিত আজিৰ দিনটো : ২ আগষ্ট
২ আগষ্ট
চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু তিথি
জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘‘প্ৰতিমা’’ আধুনিক অসমীয়া কবিতাৰো প্ৰতিমাস্বৰূপ৷১৮৮৯ চনত লক্ষ্মীনাথ বেজবৰুৱা- হেমচন্দ্ৰ গোস্বামীৰ লগ লাগি ‘‘জোনাকী’’ প্ৰকাশত আগভাগ লোৱা চন্দ্ৰকুমাৰ আগৰৱালাই ডিব্ৰুগড়ৰ পৰা ‘‘সাদিনীয়া অসমীয়া’’ (১৯১৮) প্ৰকাশ কৰাক উপৰি ‘‘বাঁহী’’ৰ সৈতেও জড়িত হৈছিল৷‘‘সাদিনীয়া অসমীয়া’’ পিছলৈ অৱশ্যে গুৱাহাটীৰ পৰা প্ৰকাশ কৰিবলৈ লৈ ইয়াৰ প্ৰকাশ কালো তিনিদিনীয়া কৰা হয়৷ নিজে ছপাশান কিনি অসমীয়া কিতাপৰো ব্যৱসায়ত নামিছিল চন্দ্ৰকুমাৰ৷ তেখেতৰ আন এক অনুপম কাব্যকৃতি হৈছে ‘‘বীণ- বৰাগী’’ (১৯২৩)৷
১৮৬৭ চনৰ ২৮ অক্টোবৰত জন্ম গ্ৰহণ কৰা (পিতৃঃ হৰিবিলাস আগৰৱালা) চন্দ্ৰকুমাৰৰ মৃত্যু হয় ১৯৩৮ চনৰ ২ আগষ্ট তাৰিখে৷
অসমীয়া সাহিত্য- সংস্কৃতিত আজিৰ দিনটো : ১ আগষ্ট
১ আগষ্ট
উইলিয়াম ৱাৰ্ড আৰু দেৱেশ্বৰ শৰ্মাৰ মৃত্যু তিথি
খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে ব্যেপ্টিষ্ট মিচনেৰীৰ হৈ অসমলৈ অহা উইলিয়াম ৱাৰ্ডে ‘অৰুনোদই’ কাকতৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ ১৮৬১ চনৰ পৰা ১৮৬৮ চন মানলৈ কাকত খনৰ সম্পাদকৰ দায়িত্ব লোৱা উইলিয়াম ৱাৰ্ডে ১৮৫০ চনৰ পৰা ১৮৬৯ চন মানলৈ অসমত কটোৱা বুলি জানিব পৰা যায়৷ অৱশ্যে মাজতে ১৮৫৭ চনৰ পৰা ৩ বছৰমান অসুখীয়া গৈ পৰাৰ কাৰণে আমেৰিকাত আছিলগৈ৷ ১৯৭৩ চনৰ আজিৰ দিনটোত তেখেতৰ মৃত্যু হয়৷
অসমীয়া সাপ্তাহিক কাকত ‘‘জনমভূমি’’ৰ প্ৰতিষ্ঠাতা, অসম প্ৰদেশ কংগ্ৰেছৰ একালৰ সভাপতি (১৯৪৮-৫০), বিধান সভাৰ প্ৰাক্তন সদস্য, একালৰ সাংসদ (১৯৫২- ৫৬), স্বাধীনতা আন্দোলনৰ অন্যতম সেনানী দেৱেশ্বৰ শৰ্মাৰ জন্ম হৈছিল ১৮৯৬ চনত যোৰহাটৰ কেন্দুগুৰিত৷ ১৯২০ চনত আইনৰ উপাধি লৈ পিছত ওকালতি কৰি বিশেষ খ্যাতি অৰ্জন কৰিছিল৷ স্বাধীনতা আন্দোলনত অংশ লোৱাৰ বাবে গ্ৰেপ্তাৰ বৰণ কৰিছিল৷ উজনিত প্ৰতিষ্ঠা হোৱা বহু অনুষ্ঠানৰ সৈতে তেখেত জড়িত আছিল৷ দীৰ্ঘ জীৱন পোৱা শৰ্মাদেৱৰ মৃত্যু হয় ১৯৯৩ চনৰ ১ আগষ্টত৷
অসমীয়া সাহিত্য- সংস্কৃতিত আজিৰ দিনটো : ২৯ জুলাই
২৯ জুলাই৷
বলিনাৰায়ণ বৰা আৰু মহীচন্দ্ৰ মিৰিৰ মৃত্যু তিথি৷
১৮৮৬ চনত প্ৰকাশিত ‘‘মৌ’’ কাকত (আলোচনী)ৰ প্ৰকাশক আৰু নামত নহলেও কামত সম্পাদক বলিনাৰায়ণ বৰাই বিলাতৰ পৰা ১৮৭৭ চনত চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লৈছিল৷ ১৯০৭ চনত অধিক্ষক অভিযন্তা ৰূপে অৱসৰ লোৱা বৰাই অসম আৰু বংগৰ বিভিন্ন ঠাইত চাকৰি কৰিছিল৷ বৃটিছ প্ৰশাসনে ‘কাইজাৰ ই হিন্দ’ উপাধি দিছিল৷
প্ৰায় দুবছৰ কাল প্ৰকাশিত ‘মৌ’ কাকতৰ এটাক বাদ দি সকলো লেখা বলিনাৰায়ণ বৰায়েই লিখিছিল৷ ‘মৌ’ বম্ধ কৰিব লগীয়া হৈছিল লক্ষ্মিনাথ বেজৰৰুৱা প্ৰমুখ্যে তেতিয়াৰ কলিকতা প্ৰবাসী অসমীয়া চাতৰৰ প্ৰতিবাদত৷
‘A Geography of India’, ‘ভাৰতবৰ্ষৰ বুৰঞ্জী’ আদি কেবাখনো কিতাপৰ লেখক বৰাৰ ১৯২৭ চনৰ ২৯ জুলাইত মৃত্যু হয়৷ জন্ম উত্তৰ গুৱাহাটীত, ১৮৫২ চনত৷
১৯০২ চনত ঢকুৱাখনাৰ ওচৰৰ মৌখোৱা গাৱঁত ওপজা মহীচন্দ্ৰ মিৰি আক্ষৰিক অৰ্থত কাজিৰঙা অভয়াৰণ্যৰ গঢ় দিওঁতা৷ মহীচন্দ্ৰ মিৰিয়ে ১৯২৭ চনত কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক সন্মান লৈছিল৷ ১৯২৯ চনত ছাইমন আয়োগ অসমলৈ আহোতে স্মাৰক পত্ৰ দিয়া অসমৰ প্ৰতিনিধি দলটোৰ অন্যতম সদস্য আছিল মিৰি৷ সেই বছৰেই তেখেত imperial forest service-ৰ বাবে নিৰ্বাচিত হৈ ৰেংগুনলৈ প্ৰশিক্ষণৰ বাবে যায় আৰু উভতি আহি ১৯৩১ চনত বন বিভাগৰ চাকৰিত যোগ দিয়ে৷ Imperial forest service-ৰ বাবে নিৰ্বাচিত মিৰি আৰু মাধৱ ভট্টাচাৰ্য আছিল প্ৰথম অসমীয়া৷ বন বিভাগৰ কাম কাদ কৰি থাকোতেই ১৯৩৯ চনৰ আজিৰ দিনটোতে তেখেতৰ অকাল মৃত্যু হয়৷
Thursday, July 28, 2011
ছচিয়েল নেটৱৰ্কিং ছাইট এৰিলো কিয়?
মই ফেচবুক একাউণ্ট বন্ধ কৰি দিয়াক কেন্দ্ৰ কৰি বিভিন্নজনে প্ৰশ্ন কৰিছেঃ কিহৰ বাবে এই ‘আচম্বিত’ সিদ্ধান্ত? এনে কি পৰিস্থিতি আহিল যে দুবছৰো অধিক কাল একাউণ্ট চলাই অহাৰ পিছত DEACTIVATE- আচলতে CLOSE কৰি দিয়া হ’ল?
কিন্তু এয়া আচম্বিত কথাও নহয়৷ আজি ছমাহ মানৰ পৰা মোৰ এই ধাৰণা ক্ৰমে বদ্ধমূল হবলৈ ধৰিছিল যে আমি এতিয়াও সভ্য হৈ উঠা নাই৷ Facebook-ত ক্ৰমে ভীৰ কৰিব ধৰা অসমীয়া সদস্য এচামে যি ধৰণৰ কাম কাজ প্ৰদৰ্শন কৰিবলৈ ধৰিছে— আনৰ অনুভূতিৰ প্ৰতি কোনো শ্ৰদ্ধা নাই, জাতীয় চেতনাৰ প্ৰতি সন্মান নাই, হাই- কাজিয়া- ব্যক্তিগত আক্ৰমণৰে বাৰে বাৰে প্ৰকট কৰে নিজৰ স্বৰূপ, সময়ত কৰে নিকৃষ্ট মন্তব্য— সেইবোৰে মোক ক্ৰমান্বয়ে বিৰক্ত কৰিব ধৰিছিল৷ কৃষ্ঞকান্ত সন্দিকৈৰ স্মৃতি দিৱসৰ কথা post কৰা হল, এজনে তাত comment কৰিলে তেওঁৰ কিমান তাৰিখে জন্মদিন সেই কথা! এনেধৰণৰ নিকৃষ্ট চুপতিতকৈ মই অকলে থাকি নিজৰ সামান্য যোগ্যতাৰে কাম কৰি যোৱাৰেই পক্ষপাতী৷
মই জানো, মোৰ এই ‘প্ৰতিবাদে’ কোনো ধৰণে এনে নিকৃষ্ট চুপতি বন্ধ কৰিব নোৱাৰে, কিন্তু এইসকল লোকৰ পৰা আতৰি থাকিলে অন্ততঃ নিজৰ কাম কৰিবলৈ সময় পাম৷ সমাজ গঢ়িবলৈ উদাৰ দৃষ্টি, উদাৰ মনোভাৱ লাগে—সেই মানসিকতা নথকা লোকে social networking site-ত ভীৰ কৰিলেই social network এটা গঢ় লৈ নুঠে৷
Tuesday, July 26, 2011
চিন্তাৰ বিৱৰ্তন
ü5ðÃú ú¿îÂßÁ±1 Âó1± ÆÂõ:±¿òßÁ :±ò1 ¿û ¦£ÅÂ1í â¿é¿åÃù, Îüý×Ãà ßÁï±ý×Ãà Øò¿ÂõÑú ú¿îÂßÁ±1 Îúø¸ö±áÍù ¿ú¿ŽÂî Îù±ßÁ1 ÷òî ÛËò ñ±1í± ¿ðÿåÃù Îû Ûý×Ãà æÃáîÂàò1 ¿Âõø¸Ëûþ æñ¿òÂõùáÏûþ± ßÁï± ›¶±ûþ Õ±ûþMÃà ýÃÃ’ù¼ ¿ä™L±1 æÃáîÂÍù ßÁÂó±¿òÇßÁ±Ëåà Õò± ¿Âõ›»1 Âó1± ¿òëÂ×éÂò1 Âõù¿ÂõðÃɱ, îÂï± Û¿ÂóËò ¿ÂõðÅÃÉÈ äÅÂ¥¤ßÁÏûþ îÂN Õ±1n¸ Õ±ò¿ÂóËò
ë±1ëÂ×ý×ÃÃò1 ¿Âõ»îÇÂòÂõ±Ëðà ¿Âõ«äÂ1±äÂ1 ü¥óËßÇÁ òîÅÂò ÎäÂîÂò±1 üÔ¿©† ßÁ¿1¿åÃù– Ûý×Ãà ÎäÂîÂò± Õ±1n¸ ü:±òî±ý×Ãà S÷±i¤Ëûþ ¿ÂõßÁ¿úî ýÃÃ’Âõ ñ1± :±ò Õ±1n¸ ÎÂõ±ñ1 æÿ1ûþËî ¿ÂõËúø¸ ÷±S± Âó±ÂõÍùÝ üŽÂ÷ ýÃÃ’ù¼ ÛËò Λ¶ŽÂ±ÂóéÂËî Øò¿ÂõÑú ú¿îÂßÁ±1 Îúø¸Íù ¿ú¿ŽÂî Îù±ËßÁ ÕòÅö» ßÁ¿1ÂõÍù Æù¿åÃù Îû ÎîÂÝÒËù±ßÁ1 ñ÷ÇÏûþ ¿Âõ«±ü1 ÕÑú¦¤1+Âó òýÃÃ’ËùÝ ÆÂõ:±¿òßÁ :±Ëò Ûý×Ãà ñ÷ÇÏûþ ¿Âõ«±ü1 ÆüËî üýÃñ»¦š±ò ßÁ¿1Âõ Âó±Ë1¼ ÛËò ¿Âõ«±Ëü ðÅÃé± Õ±¿ñËöÂÌ¿îÂßÁ ÛËùßÁ±1 ÷±æÃ1 ¦ó©† üÏ÷±Ë1à± ÕÒ±¿ßÁ ¿ðÃËù¼ Ûý×Ãà ðÅÃý×Ãà ձ¿ñËöÂÌ¿îÂßÁ ÛËùßÁ± ÆýÃÃËåà ›¶ï÷Ëî ÷±ò¿üßÁ Âõ± Õ±ñɱ¿RßÁÊ, Õ±1n¸ ¿ÁZîÂÏûþËî ÎöÂÌ¿îÂßÁ Âõ± ÆÂõø¸¿ûþßÁ¼ ý×ÃÃûþ±Ë1 ›¶ï÷Ëé± ÛËùßÁ±1 ¿òûþ™L± ÆýÃÃËåà ñ÷Ç, Õ±òËé± ÛËùßÁ±1 ¿òûþ™L± ¿Âõ:±ò¼ ÷ò Õ±1n¸ ÎðÃýÃñ1 ÛËùßÁ± ðÅÃé±1 Ûý×Ãà ›¶ËöÂðÃßÁ ÎðÃà±î ›¶¿îÂÂó±ðÃò ßÁ¿1Âõ Âó1± û±ûþÊ, ÂõdîÂÐ ¿ä™L±1 æÃáîÂî ÎðÃýÃà ձ1n¸ ÷ò1 ¿öÂi§î±1 ý×ÃÿîÂýÃñËü± ðÃÏâùÏûþ±, Õ±1n¸ Î1Ëò
ÎëÂßÁ±ËéÇÂý×Ãà Ûý×Ãà ¿Âõø¸ûþËé±ßÁ üÓS±ÂõXÝ ßÁ¿1Ëåü ÎëÂßÁ±ËéÇ ¿òËæà ձ¿åÃù ü5ðÃú ú¿îÂßÁ±1 ÆÂõ:±¿òßÁ ¿Âõ›»1 ÛæÃò ÎýÃñî±¼ ßÅÁ¿1 ú¿îÂßÁ±1 ¿ÁZîÂÏûþ±ñÇ1 ÕòÉîÂ÷ Î|‡Â
ðñúÇ¿òß ÁæÃò åñËùÇ1 ÷Ëî ձò¿ßÁ ‘Øò¿ÂõÑú ú¿îÂßÁ±1 Îúø¸ö±á1 îÂï± ¿ÂõÑú ú¿îÂßÁ±1 Õ±áö±á1 ÷ýÃñò ‘¿ÂõñÃõÑüÏ’ ¿Âõ›»Ï ¿åÃá÷ÅG ôèÂËûþë ձ1n¸ ßÁ±ùÇ ÷±Ë'Ç ßÁ±ËéÇÂæÃÏûþ ÆÁZîÂÂõ±ðà Âõ±¿îÂù ßÁ¿1 ëÂ׿êÂÝ ¿òæÃ1 ßÁ÷DZ»ùÏßÁ ÆÂõ:±¿òßÁ ¿ÂõßÁ±ú1 ÕÑú ÂõÅ¿ù áíÉ ßÁ¿1¿åÃù¼ ôèÂËûþËë ö±¿Âõ¿åÃù Îû ÎîÂÝÒ ÷ò1 ¿Âõ:±ò üÔ¿©† ßÁ¿1ËåÃ, ÷±Ë'Ç Õ±ËßÁÌ
ö±¿Âõ¿åÃù ý×ÃÿîÂýÃñü Õ±1n¸ ü÷±æÃ1 ¿Âõ:±ò üÔ¿©† ßÁ1± ÂõÅ¿ù¼’
÷±òÅËýÃà üÅðÃÏâÇ ßÁ±ù ñ¿1 ¿Âõ«äÂ1±äÂ1ßÁ ü¥óÓíÇ ÎÂõ±ñá÷É ÂõÅ¿ù ñ±1í± ßÁ¿1¿åÃù, Õ±1n¸ Îüý×ÃÃÂõ±ËÂõý×Ãà ö±¿Âõ¿åÃù Îû ›¶í±ùÏÂõXö±˻ ý×ÃÃûþ±1 ›¶ßÔÁ¿î ÂõÅ¿æÃÂõÍù Õ±¿÷ üŽÂ÷¼ Ûý×Ãà ý×ÃÿîÂÂõ±äÂßÁ ðÃÔ¿©†ËßÁ±Ëí ›¶±¿™LßÁ ¿ÂõµÅ ¦óúÇ ßÁ¿1Ëù Øò¿ÂõÑú ú¿îÂßÁ±1 Îúø¸ö±áî¼ æñ÷DZò á¿íîÂ: áéÂùÂõ ÎôèÂæà ձ1n¸ ¿Âõè¿éÂåà ðñúÇ¿òßÁ Âõ±Â¸CDZG 1±ËåÃù Õ±¿åÃù Ûý×Ãà ñ±1í± ÎÂó±ø¸í ßÁ1± ðÅÃé± Õ¢¶íÏ ò±÷¼
1±ËåÃù1 ¿Âõø¸Ëûþ Õü÷Ïûþ± ö±ø¸±î ձËù±äÂò± Îò±ËýÃñ»± òýÃÃûþ– áéÂùÂõ ÎôèÂæÃ1 ¿Âõø¸Ëûþ 1 Ûý×Ãà Âóԇ±Ëî ý×ÃÿîÂÂóÓËÂõÇ Õ±¿÷ ëÂ×Ë~à ßÁ¿1ËåÒñ¼ ÎôèÂæà ü¥óßÁÇÏûþ Îé±ßÁ±- Ëé±Ëî Ûý×ÃÃÂõÅ¿ùÝ ÎßÁ±»± ÆýÃÃËåà Îû æÃÏ»Vú±î ëÂ×ËÂó¿ŽÂî ÆýÃà Î1±»± á¿íîÂ:-ðñúÇ¿òßÁá1±ßÁÏ ü÷±ðÔÃî ÆýÃÿåÃù ëÂ×ý×ÃÃéÂÄËæÃòË©†ý×ÃÃËò ÎîÂÝÒ1 ÝÂó1î ÷ÓùɱË1±Âó ßÁ1±1 Âó1±ËýÃü Îüûþ± ¿ÂõÑú ú¿îÂßÁ±1 îÂÔîÂÏûþËé± ðÃúßÁ1 ßÁï±¼ ëÂ×ý×ÃÃéÂÄËæÃòË©†ý×ÃÃËò ÎîÂËò &1n¸Q Õ±Ë1±Âó ßÁ¿1ÂõùáÏûþ± Âó¿1Ë»ú Ûé± üÔ¿©† ÆýÃÿåÃù ßÅÁ¿1 ú¿îÂßÁ±1 Õ±áö±á1 Âó1±ý×Ãü Øò¿ÂõÑú ú¿îÂßÁ±1 Îúø¸ö±áÍù æÃáî ü¥óßÁÇÏûþ ÛßÁ ñ±1í± ÷±òÅýÃÃ1 ÷òî áìÂÿ Æù ëÂ׿ê¿åÃù– ÝÂó1î ëÂ×Ë~à ßÁ¿1 ÕýÃñ1 ðÃË1ý×Ãà ձñɱ¿RßÁî± Õ±1n¸ ÆÂõ:±¿òßÁî±1 üýÃñ»¦š±ò üy» Îûò ù±¿á¿åÃù¼ ¿ßÁc ›¶ï÷ ¿Âõ«ûÅX1 ›¶Âõù ñÃõÑü±¿¢ŸËûþ ÷±òÅýÃÃ1 ÎäÂîÂò± Õ±1n¸ ÎÂõ±ñßÁ ›¶Âõùö±˻ ÎæñßÁ±¿1 á’ù– ÎÂõÌ¿XßÁ Õ±ú±Âõ±ðÃ1 ÎŽÂSËî± ûÅXàò ÆýÃà ëÂ׿êÂù ÂõÔýÃÃÈ Õ±â±î¼ ÛËò Âó¿1í¿îÂËîÂý×Ãà 1ÂõÏfò±ï ê±ßÅÁ11 ý×ÃÃÑ1±æÃÏÍù ÕòÅÂõ±ðà ÎýÃñ»±ËßÁ ñ¿1 ¿ßÁî±Âóàò1 ›¶ä±1 ßÁ1±ÍùËßÁ ¿ûá1±ßÁÏ ßÁ¿Âõ ëÂ×ý×Ãÿùûþ±÷ Âõ±éÂù±1 ÎûþéÂÄËåà ձáö±á Æù¿åÃù, Ëûþ ò’ËÂõù ÂõÒé± ÎÂó±»±î ëÂ×ÈôÅ¿~îÂÝ ÆýÃÿåÃù, ›¶ï÷ ¿Âõ«ûÅX1 ¿ÂóåÃî Îüý×Ãà ÎûþéÄÂåÃË1 1ÂõÏfò±ï1 ›¶¿î Î÷±ýÃÃöÂÑá â¿éÂù Õ±1n¸ ÎîÂÝÒ æÿëÂÿî ýÃÃ’ù ‘ßÁ¿Âõ&1n¸’1 ü÷±Ëù±äÂò±îÂ/
›¶ï÷ ¿Âõ«ûÅX1 Õ±Ëá-¿ÂóËåà ßÅÁ¿1 ú¿îÂßÁ±1 ¿ä™L±1 æÃáîÂàòî ձ1n¸ ÎßÁý×ÃÃé±÷±ò âéÂò± â¿éÂù¼ Ûý× ÃÃßÁﱿà¿ò üŵ1ÍßÁ îÅ¿ù ñ¿1Ëåà æÃò åñËùÇý×Ãü ÎîÂÝÒßÁ ñ±1 ßÁ¿1 ßÁ’ÂõÍù ýÃÃ’Ëù ¦š±ò Õ±1n¸ ßÁ±ù ü¥óßÇÁÏûþ ÷±òÅýÃÃ1 Î÷Ì¿ùßÁ ñ±1í±ü÷ÓýÃÃßÁ ›¶îÂɱýÃÃõ±ò æÃò±ý×Ãà ÛùÂõ±éÇ ձý×ÃÃò©†±ý×ÃÃËò ëÂ׾ñ»ò ßÁ¿1Ëù Õ±ËÂó¿ŽÂßÁî±1 îÂN– ßÁ’Ëù Îû ÎßÁ±Ëò± ÛæÃò ÂõÉ¿MÃËûþ ÎÂó±ýÃÃ11 ÎÂõáî ðÃýÃà ÂõåÃ1 ñ¿1 ÷ýÃñßÁ±ú w÷í ßÁ¿1 ÂóÔ¿ï»ÏÍù ëÂ×ö¿î ձ¿ýÃÃËù ÎîÂÝÒ ðÃýÃà ÂõåÃ1Ïûþ± ÆýÃÃËûþý×Ãà ﱿßÁÂõ, Õïä ÂÂóÔ¿ï»Ï1 üßÁËù± Âõd Âõ± ÂõÉ¿MÃË1 Âõûþü Ûú ÂõåÃ1 Âõ±¿ìÂÿÂõ/ üÑýÃÿîÂ1 îÂN1 ëÂ׾ñ»Ëò Õ±òýÃñËî ᱿í¿îÂßÁ ÎûÌ¿MÃßÁî±Íù ›¶îÂɱýÃÃõ±ò Õò±î ßÁï±Ëé± ÛËò ÆýÃà ëÂ׿êÂù Ð á¿íîÂ1 Õ±ñ±1Ëé±ËîÂý×Ãà û¿ðà ¿ÂõË1±¿ñî± ï±ËßÁ, ÎîÂË™L Õ±ò ÎßÁ±Ëò± ¿Âõø¸Ëûþý×Ãà ձ1n¸ üÅ1¿ŽÂî òýÃÃ’Âõ/ Õ±ËßÁÌ ôèÂËûþëÂÏûþ ÷ò™¦NßÁ ¿ÂõßÁ¿úî ÎûÌ¿MÃßÁ ü÷±ñ±ò1 ðÅû±1 ¿ýÃÃä±ËÂó ¢¶ýÃÃí ßÁ1±1 ¿ÂõÂó1ÏËî ÎûÌ¿MÃßÁî±1 [Î1úÉËò¿ù¿éÂ] Õüy±ÂõÉî±1 ›¶÷±í ¿ýÃÃä±ËÂóËýÃà áíÉ ßÁ1± ýÃÃ’ù¼ ßÁ±1í, ôèÂËûþëÂ1 ÷ËîÂÝ ÎûÌ¿MÃßÁ üËäÂîÂòî± ÆýÃÃËåà ÕËûÌ¿MÃßÁ ÕüËäÂîÂòî±1 ü±á11 ÷±æÃ1 Ûé± ÁZÏÂó ÷±Ëï±ò¼ ßÅÁéÇ áËëÂËù ý×ÃÿÂóËò Îâ±ø¸í± ßÁ¿1Ëù Õü¥óÓíÇ ›¶÷±í1 ÷îÂÂõ±ðÖ üßÁËù± ÎûÌ¿MÃßÁ Âõ± ᱿í¿îÂßÁ ÂóX¿îÂî üðñûþ ÛËò ¿ßÁåÅÃ÷±ò ›¶¿îÂ:± [›¶Âó¿æÃúÉò] ï±ËßÁ ¿ûËÂõ±1 üÒä± Âõ± ¿÷åñ1+ËÂó ›¶÷±í ßÁ¿1Âõ Îò±»±¿1¼ üËÂõDZÂó¿1 Õ±¿ýÃÃù ÎßÁ±»±°I×±÷ Âõù¿ÂõðÃɱ, ¿û Õ±÷±ßÁ ßÁ’Ëù Îû ÛËßÁÂõ±Ë1 ÂõÅ¿òûþ±ðÃÏ ™¦1î ÎöÂÌ¿îÂßÁ Âõ±™¦»î± Õ¿òËíÇûþ ¿Âõø¸ûþ, Õ±1n¸ ÂóûÇËÂõŽÂí1 ü÷ûþî üËäÂîÂò ¿ò1ÏŽÂßÁ ÛæÃò ÎîÂÝÒ ÂóûÇËÂõŽÂí ßÁ¿1 ïßÁ± ¿ò¿ðÇé†Ã Âõ±™¦»î±1 ÕÑú ÆýÃà ÂóË1¼
¿Âõ:±ò Õ±1n¸ ᱿í¿îÂßÁ ÎŽÂS1 ÛËò ßÁï±ËÂõ±Ë1 ÷±òÅýÃÃ1 ÎäÂîÂò±ËßÁ± ÎæñßÁ±¿1 á’ù¼ Õ±1y ýÃÃ’ù æÃáî ü¥óßÁÇÏûþ òîÂÅò ¿ä™L±-ÎäÂîÂò±¼ ßÅÁ¿1 ú¿îÂßÁ±1 ðñúÇ¿òßÁ Îö¿éÂÝ ÛËòðÃË1ý×Ãà ñèn¸ÂóðÃÏûþ ¿ä™L±ñ±1±1 ¿ÂõÂó1ÏËî ¿öÂi§ ëÂ×ÂóßÁË1ËíË1 êÂò ñ¿1 ëÂ׿êÂÂõÍù ùûþ¼ ßÅÁ¿1 ú¿îÂßÁ±1 Ûý×Ãà òîÅÂò Îö¿é üÂõù ßÁ¿1 Îî±ù±î ¿ûüßÁù ðñúÇ¿òßÁ1 ò±÷ ›¶ïË÷ý×Ãà ù’Âõ Âó±¿1 ÎîÂÝÒËù±ßÁ1 ¿öÂîÂ1î ùÅëÂëÂ×ý×ÃÃá Îû±ËåÃô Îû±ýÃñò ëÂ×ý×ÃÃéÂÄËæÃòË©†ý×ÃÃò1 ò±÷ üÂõDZ¢¶áíɼ ›¶ßÔÁîÂËî ÎîÂÝÒ1 ðÅÃé±÷±ò ßÁ±Ë÷ Îû±»± ú¿îÂßÁ±1 îÂÔîÂÏûþËé± ðÃúßÁ1 ¿ÂóåÃ1 ›¶±ûþ üßÁËù± ðñúÇ¿òßÁËßÁ ›¶ö±¿»î ßÁ¿1ËåÖ ëÂ×ý×ÃÃéÄÂËæÃòË©†ý×ÃÃòßÁ ÂõÅ¿æÃËûþý×Ãà ýÃÃÝßÁ Âõ± öÂÅùÍßÁ ÂõÅæñ Âõ±ËÂõý×Ãà ýÃÃÝßÁ, 19201 Âó1»îÂÇÏ ðñúÇ¿òßÁ ¿Âõ»îÇÂò1 ÆüËî ü±ËãÃñ1 à±ý×Ãà ձËåà Ûý×Ãà ðñúÇ¿òßÁá1±ßÁÏ1 ò±÷¼ ¿öÂËûþò±1 ÛßÁ ÕîÂÉ™L ñòÏ Âó¿1ûþ±ù1 ü™L±ò ëÂ×ý×ÃÃéÂÄËæÃòË©†ý×ÃÃËò ÝÂóæñË1 Âó1± â1àòËî Âó±ý×ÃÿåÃù ü÷ßÁ±ùÏò ÎßÁÂõ±á1±ßÁÏ ÂõË1íÉ ÂõÉ¿MÃ1 ü±¿i§ñÉ– û±1 ÷±æÃî ձ¿åÃù ßÁ¿Âõ-ü÷±Ëù±äÂßÁ ßÁ±ùÇ S±ëÂ×åÃ, ¿äÂS¿úŠÏ Â&™¦±ö ¿ßvÁ÷Äé ձ1n¸ Õ¦¨±1 ßÁßÁ¦¨±, ÷ò™¦N¿Âõðà ¿åÃá÷ÅG ôvÂËûþëÂ, ÂõË1íÉ üÑáÏîÂ: Îûþ±ýÃñò Âõè±÷åà ձ¿ðü ¿ä™L±1 æÃáîÂàò1 ›¶¿î ¦¤±ö±¿»ßÁËî ÎîÂÝÒ1 ÷ò ¿ÂõËúø¸ö±˻ ì±ù à±ý×ÃÿåÃù– Îüý×ÃÃÂõ±ËÂõý×Ãà 1912 äÂòî ÎßÁ¿¥è¤æà Âó±ý×ÃÿåÃùÍá 1±ËåÃù1 ÆüËî ßÁ±÷ ßÁ1±1 ÷±òËüË1¼ ›¶ï÷ ¿Âõ«ûÅXî տ©†ªûþ±1 Îüò±Âõ±¿ýÃÃòÏî ßÁ±÷ ßÁ1±1 ü÷ûþËî ëÂ×ý×ÃÃéÄÂËæÃòË©†ý×ÃÃËò ¿ù¿à ÕÒî±ý×ÃÿåÃù ÎîÂÝÒ1 ÕòÉîÂ÷ Î|‡Â ßÁÏ¿îÇ ¼ 1921 äÂòî ›¶ßÁ±¿úî Ûý×ÃÃàËòý×Ãà ýÃÃ’ù ëÂ×ý×ÃÃéÂÄËæÃòË©†ý×ÃÃò1 æÃÏ»Vú±î ›¶ßÁ±¿úî ÛßÁ÷±S ¿ßÁî±Âó¼ ¿Âõ«ûÅX1 ¿ÂóåÃî ¿ßÁåÅÿðÃò ¿úŽÂßÁî± ßÁ¿1ËùÝ 1929 äÂòî ÂóÅò1 ÎßÁ¿¥è¤æÃÍù ðÃúÇò1 äÂäDZ1 Âõ±ËÂõ ëÂ×ö¿î Îû±»± ðñúÇ¿òßÁá1±ßÁÏËûþ ¿ßÁðÃË1 ¿ä™L±1 æÃáîÂÍù 1+Âó±™L1 Õ±¿ò¿åÃù, Îüý×Ãà ¿Âõø¸Ëûþ Õ±¿÷ Õ±Ëù±äÂò± ßÁ¿1÷ Âó1»îÇÂÏ পৰ্যায়ত
Subscribe to:
Posts (Atom)